টেটকুটি (কৌস্তভ প্ৰতীম কাশ্যপ)

 "বুজিছো ৷ ফেন দুখনৰ কথা মই শইকীয়াক কৈছো৷ আপুনি অলপো চিন্তা নকৰিব৷ গৰমৰ দিনকেইটা যোৱাৰ আগতেই যেন লাগি যাব" ক প্ৰিঞ্চিপাল দত্তই ক'লে
"নহয় ছাৰ, মই ফেনৰ আপত্তি দিবলৈ অহা নাই"৷