কবিৰ টুপি (কেশৱ কুমাৰ শইকীয়াা)

বকুল ৰীতাৰ গাল দুখনত জোৰ কৰি ফাকুৱা সানি দিব বুলি তাই কল্পনাই কৰা নাছিল ৷ অজানিতে আবিৰ ৰঙা ৰঙেৰে তাই বুকুলৈ স্পৰ্শ কৰিছিল৷