পুথিভঁৰালৰ প্ৰয়োজনীয়তা (ৰমেন চাংমাই)

সাধাৰণ অৰ্থত পুথিভঁৰাল শব্দটোৰ অৰ্থ হ'ল পুথি ৰখা ঠাই৷ পুথি মানে কিতাপ, অৰ্থাৎ যি ঠাইত পুথি বা কিতাপ পত্ৰ সংগ্ৰহ কৰি যত্ন সহকাৰে পাঠকৰ ব্যৱহাৰৰ বাবে সঞ্চিত হৈ থাকে