ভেলেণ্টাইন ডে'ৰ প্ৰাসংগিকতা আৰু অসমত ইয়াৰ প্ৰয়োজনীয়তা...✍ লিপিকা দাস


সাম্প্ৰতিক গোলকীয় প্ৰেক্ষাপটত সংস্কৃতিৰ অাদান-প্ৰদান অনস্বীকাৰ্য যি সম্ভৱপৰ হৈ উঠিছে বিশ্বায়নৰ ফলশ্ৰুতিত৷ তেনে এক মুহূৰ্তত দিনে দিনে জনপ্ৰিয় হৈ পৰা ভেলেণ্টাইন ডে'ৰ প্ৰাসংগিকতা আৰু অসমৰ দৰে ৰাজ্য এখনত ইয়াৰ প্ৰয়োজনীয়তা