জীউ ...✍ হীৰামনি শৰ্মা উপমান্যু

জীউ মোৰ হৃদয়ৰ মাজত
আহিলা মোৰ জীৱনত
কুঁৱলী সনা কোনো এটি আবেলি
মোৰ আঁচলত