হালধীয়া পৰী ✍ মাহিম ৰয়

বাটৰুৱাহঁতৰ চকু থৰ হৈ যোৱা
তোমাৰ হালধীয়া চুৰিদাৰত
হালধীয়া কোমল তোমাৰ শৰীৰত
বৰকৈ ধুনীয়া লাগিছিল
যেন পদূলি মুখত ফুলি থকা
প্ৰেমৰ উত্তাপত জিলিকা ৰাণী
সাক্ষাৎ ডালিম গুটিয়া হালধীয়া পৰী ৷