প্ৰেমিক (শিৰোমণি অনুৰাগ বৰুৱা)


যৌৱনৰ বলিয়া বানে মোক
এতিয়া উন্মনা কৰি তুলিছে
অ' মই তোমাৰ প্ৰেমিক
হ'ব বিচাৰো,
অ' মই প্রেমত পৰিব বিচাৰো
তোমাক পাব বিচাৰো
কিন্তু ভয় লাগে
নুসুধিবা কিয়
যদি আমাৰ সম্পৰ্কবোৰ
একেবাৰে নিঃশেষ হৈ যায় ৷

ঠিকনাঃ ঢকুৱাখনা, জালভাৰী,
জিলাঃ লক্ষীমপূৰ,
পিনঃ ৭৮৭০৫৫
দূৰভাষঃ ৮১৩৩০৫৯২৭৯