আচলতে মোৰ কোনো হেঁপাহেই নাই
ব'হাগীৰ প্ৰতি.....
এক গতানুগতিকতা মাথোঁ....।
বিচাৰি পাওঁ কেতেকীৰ হিয়া ভগা
বিননিৰ মাজত
মাথোঁ নিজৰ হৃদয়ৰ উচুপনি....।
নতুনত্বৰ বানে ধুৱাই নিয়ে
অতীতৰ ভাল লগা অনুভৱকো...।
তথাপিও নিজৰ আবিৰেৰে ৰাঙলী
সকলোৰে মৰমৰ ব'হাগী...।
চঞ্চলা যুৱতীৰ দৰেই উন্মনা তাই...।
ব'হাগীৰ প্ৰতি.....
এক গতানুগতিকতা মাথোঁ....।
বিচাৰি পাওঁ কেতেকীৰ হিয়া ভগা
বিননিৰ মাজত
মাথোঁ নিজৰ হৃদয়ৰ উচুপনি....।
নতুনত্বৰ বানে ধুৱাই নিয়ে
অতীতৰ ভাল লগা অনুভৱকো...।
তথাপিও নিজৰ আবিৰেৰে ৰাঙলী
সকলোৰে মৰমৰ ব'হাগী...।
চঞ্চলা যুৱতীৰ দৰেই উন্মনা তাই...।
দূৰভাষঃ ৭০০২৭২৬৯০৮ ৷







