বেটুপাত
বেটুপাত
লেখা আহ্বান
যোগাযোগ
অসমীয়া অভিধান
ব'হাগ (নমিতা ৰয়)
বৰষুণ হৈ নামিছা
তুমি ধৰাৰ বুকুলৈ
এক সুমধুৰ
সুবাস ঢালি
আঁতৰি যাবাগৈ
মোক নজনোৱাকৈ,
আৰু
মই অপেক্ষা কৰিম
ব'হাগ
তুমি অহালৈ ।