হাতত কলমটো লৈ ভাবিলো
এটি কবিতা লিখো
জোন বেলি তৰাক লৈ
কিন্তু দেখিলো মোৰ কবিতাত
কেৱল মাত্ৰ তুমিয়ে প্ৰকাশ ।
এটি কবিতা লিখো
জোন বেলি তৰাক লৈ
কিন্তু দেখিলো মোৰ কবিতাত
কেৱল মাত্ৰ তুমিয়ে প্ৰকাশ ।
তুলিকা ডাল হাতত তুলি ল'লো
এখনি ছবি আঁকো বুলি,
শৰতৰ নীলা আকাশ
নতুবা উদিত হোৱা
ৰক্তিম আভাৰ সুৰুযটো,
কিন্তু অজানিতে আঁকি পালো
তোমাৰ গভীৰ নয়ন যোৰিৰ
মুখৰ হাঁহিটো,
তুলিকা ডালো সামৰি থ'লো
নিলিখো আৰু কবিতা
নেআঁকো ছবি,
যেতিয়ালৈকে মচি নাযায়
মোৰ হৃদয়ৰ পৰা
তোমাৰ প্ৰতিচ্ছবি ৷
এখনি ছবি আঁকো বুলি,
শৰতৰ নীলা আকাশ
নতুবা উদিত হোৱা
ৰক্তিম আভাৰ সুৰুযটো,
কিন্তু অজানিতে আঁকি পালো
তোমাৰ গভীৰ নয়ন যোৰিৰ
মুখৰ হাঁহিটো,
তুলিকা ডালো সামৰি থ'লো
নিলিখো আৰু কবিতা
নেআঁকো ছবি,
যেতিয়ালৈকে মচি নাযায়
মোৰ হৃদয়ৰ পৰা
তোমাৰ প্ৰতিচ্ছবি ৷








